SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ এডজাষ্ট এভৰীহােৱেৰ সংসাৰত আৰু একো নাজানে তাতে ক্ষতি নাই কিন্তু এডজাষ্ট হােৱা তাে জানিবই লাগে / সন্মুখৰজনে ‘ড়িচএডজাষ্ট হৈ থাকিলেও আপুনি এডজাষ্ট হ’ব জানে তেনেহলে কোনাে দুখেই নাথাকিব। এইকাৰণে এডজাষ্ট এভীহােৱেৰ! সকলােৰে সৈতে এডজাষ্টমেন্ট হােৱা, এইটো সকলােতকৈ ডাঙৰ নৈতিক গুণ। এই যুগত তাে ভিন্ন ভিন্ন প্রকৃতি, তাতে এডজাষ্ট নহ'লে কেনেকৈ চলিব ? | মই এই জগতৰ বহুত সূক্ষ্ম অনুসন্ধান কৰিছোঁ / অন্তিম প্ৰকাৰৰ অনুসন্ধান কৰাৰ পিচত এই সমস্তু কথা কৈষ্ট্ৰে। ব্যৱহাৰত কেনেদৰে থাকিব লাগে, সেয়াও কৈছোঁ আৰু মােক্ষত কেনেকৈ যাব, এইটোও কৈছোঁ। আপােনাৰ বাধা-বিঘিনি কেনেকৈ কম হয়, সেয়াই মােৰ উদ্দেশ্য।। - দাদাশ্রী Printed in India dadabhagwan.org Price 15
SR No.034300
Book TitleAdjust Everywhere Assamese
Original Sutra AuthorN/A
AuthorDada Bhagwan
PublisherDada Bhagwan Aradhana Trust
Publication Year
Total Pages38
LanguageAssamese
ClassificationBook_Other
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy