SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2. 17. III ) কৈকেইত ভৈলন্ত ভৰত নাৰায়ণ ৷ সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ শত্ৰুঘন ॥ বিশ্বামিত্র ঋষি আসি নৃপতিত মাগি ৷ ৰামক নিলন্ত যজ্ঞ ৰাখিবাক লাগি ৷৷ লিলায়ে ৰাক্ষস মাৰি যজ্ঞক ৰাখিলা ! সয়ম্বৰে ধনু ভাঙ্গি সিতাক আনিলা ৷৷ দশৰথো চলি গৈলা পুত্ৰে সমন্বিত । ৰাজাগণ জিনি ৰাম ভৈলা ৰঙ্গচিত ৷ * www.kobatirth.org জেহি কৃষ্ণ সেহি ৰাম গুণে অনুপাম । ভকতর মহাধন তানে গুণ নাম ॥ কৃষ্ণর চরণে কহে অনন্তকন্দলি । শুনিয়োক ৰামায়ণ সবান্ধবে মিলি ৷ 76B. · নমো নমো ৰাম * অনন্ত কন্দলি কহে ৰাম পূৰ্ণকাম ৷ উৰ্দ্ধবাহু কৰি নিৰন্তৰে বোলা ৰাম ৰাম || পুরুষ উত্তম অগতিৰ কৰাগতি। জানিবা ন জানি সুনা নৰ নাৰি পূৰ্ণ হোক ৰঘুপতি ৷৷ অনন্ত কন্দলি * ৰছিল৷ পয়াৰ ৰাম কথা অনুপাম । একমন কৰি কহে কৃষ্ণগতি Acharya Shri Kailassagarsuri Gyanmandir ডাকি বোলা ৰাম ৰাম | পূস্তক সমাপ্তং । শ্রীকৃষ্ণাৱে নমোঃ ১৬৪৫ (শক ) চৈত্রমাসত পুস্তক সমাপ্তং । For Private and Personal Use Only
SR No.020276
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 09
Original Sutra AuthorN/A
AuthorPrafullachandra Pal
PublisherAsiatic Society
Publication Year1952
Total Pages128
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy