SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 100 )। Pp. 27-33. It gives a short description of the Ahom kings beginning from first ancestors Khunlung and Khunlai up to Rudrasingha (Saka, 1549). Beginning : কামৰুপৰ দেশৰ জি জি ৰাজা সকল হৈ গৈছে তাৰ লেখা। সত্য জগৎ ব্ৰহ্মাৰ সন্ততি সম্বৰাসুৰ ৰাজা তাৰ পাট ৰঙ্গমাটিত তাৰ পুত্র মহিৰ ৰাজা তাৰ পাট বেলতলাৰ মৈৰেকো পৰ্বতত তাৰ পুত্র ঘাটকাসুৰ তাৰ পাট সৰনিয়া পৰ্বতৰ পশ্চিমে। বিষ্ণুএৱ ঘটিকাসুৰক মৰাই নৰকাসুৰক ৰাজা পাতিলে ত্রেতাৰ অৰ্দ্ধভাগগল পাছে কলিযুগৰ আদিতে দুৰ্বিনিত দেখি নৰকাসুৰক মাৰি কৃষ্ণদেবে তাৰ পুত্র ভগদত্তক ৰাজা পাতিলে কুৰুপাণ্ডবৰ জুদ্ধত ভগদত্ত মৰিল তাৰ পুত্র ধৰ্ম্মপাল ৰাজা তাৰ পুত্ৰ ৰুমিপাল ৰাজা তাৰ পুত্র কামপাল ৰাজা নৰকাসুৰক আদি কৰি ১৯ পুৰুষ ৰাজা হন। End: মাঘ মাস সূর্যগ্রহণ কলে দিগম্বৰগণকে পাচে ৰজা কুমুদ সৰ্মাত সুধিনে সিবােলে গ্রহণ নানাগে ৰাজা বােলে দুয়াে গণকৰএকে সাস্ত্র কিয়মােত মিচা কথা কয় পাচে দুইবাে বাদ লাগিল ৰাজা বােলে যদি গ্রহণ লাগে দিগম্বৰৰ বন্দি কৈদি ম যদি গ্রহণ না লাগে কুমুদ সৰ্মাৰ বন্দি তাঞি হবি বােলে হম পাচে স্বৰ্গদেবে তিনি পৰবেলা লৈকে বাট চাই চিল প্ৰহণ নাই। ৰাজা বােলে কথা ন ঘটা গনকক কাটিলেয়াে হানি নাই পাচে দিগম্বৰে স্বৰ্গদেব গ্রহণ নমাইচে দেবতা মানুহাদি চোৱাওঁক পাচে ৰজা কুকুৰ চোৱ। পাঞ্চিলে সিআহি ৰজাত কলেহি বােলে এটা দমৰা গৰুৰ সমন কলিয়া চাগলি অনেক বস্তু খাইচিল আমাকে কাপি আই মাৰিব খুজিলে আধা মৰা হুইহে আহিছো ৰজা বােলে দুইৰৰ কথা সত্য। পাচে দুইকো দান দক্ষিনা কৰিলে। সমাপ্তং। 98 SANKARA DEVA AS.12. Po Kārtana. Substance, country-made paper, 134 * 35 inches. Folia, 78. Lines, 14 on a page. Character, Assamese of the 18th century. Appearance, worm eaten, old. Complete. For Private and Personal Use Only
SR No.020276
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 09
Original Sutra AuthorN/A
AuthorPrafullachandra Pal
PublisherAsiatic Society
Publication Year1952
Total Pages128
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy