SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 107 )। ঘৰত দিনত না সুব স্নান না কৰিব ভৰ নলব মিথুন ন কৰিব ভাগৰ লগা বন ন কৰিব। জিদিন জ্বৰাৱে লঘনে থাকিব ক্ষৰ জ্বর বাতজ্বৰ ভয়ৰ ক্ৰোদ্ধৰ কামজ্বর সােকজ্বৰ ভাগৰৰ এ সকলো জৰত লঘনে থাকিব। ঔষধ খেত পরা মুস নমি নর পিয়াজ মানি মুনি বিৰিনা সিপা লাল চন্দন চিতামুল আদাসুন্তি সমস্তৱে সমভাগে লব দুই তােতাকৈ কাথ করি খালে তৃষা না লাগে তৃষা লগা জরাে নাস। 104 UNKNOWN AS.2. atfefoa? peti Vyādhigucivara Kathā. Substance, sāci bark, 154 x 5 inches. Folia, 41. Lines, 13 on a page. Character, Assamese of the 18th century. Appearance, fresh. Incomplete. Beginning : শ্ৰীকৃষ্ণায় নমঃ। ধন্বন্তৰ্যে নমঃ। অথ ব্যাধিগুচিবৰ কথা। প্রথমে জ্বৰৰ কথা লিখতে। জ্বৰ বুলি কাক গাৱল ঘামে সবে গা দুখায় গাৱ পােড় গাৱ তপত সামান্য জ্বৰৰ এই লক্ষণ জ্বৰ হলে আঠ দিন কিচো ঔষধ না খাব। নৱ অৰত দিনত নু সুব স্নান ন করিব ভৰন নলৈব ক্রোধ ন কৰিব মৈথুন ন ভৰন ভাগৰ লগা বন ন কৰিৰ যিদিন জ্বৰায় লঘনে থাকি। ক্ষয়জ্বৰ বাতজ্বৰ ভয়ত্বৰ ক্ৰোধৰ কামজ্বৰ সােকজ্বৰ ভাগৰজ্বৰ এই সমস্ত জ্বৰত লখােনা কৰিব। 28B. অথ গা পােড়নিৰ কথা | ধৃত এক সাত বাৰ ধােৱা গাৱে লেপ দিব গা পােড়নি গুছে । জৱ টাঠৰ কৰাই খাব তেবে গা পােড়নি গুছে। বগৰি কুহি নিমকুহি আমকুহি তিনিক গুলি গাৱে মুণ্ডে লেপ দিলে গা পােড়নি গুছে। অপৰ কাহাৰ বান্টি নাভি তথৈ ধাৰা নালে পানি বাকিলে বান্টিত গা পােড়নি গুছে। ইতি গা পােড়নির কথা সমাপ্ত ।। For Private and Personal Use Only
SR No.020276
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 09
Original Sutra AuthorN/A
AuthorPrafullachandra Pal
PublisherAsiatic Society
Publication Year1952
Total Pages128
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy