SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 104 ) Beginning : ওঁ নমাে গণেশায়, ধন্বন্তৰ্যে নমঃ। গাে জিঙ্গা ৰােগৰ ঔযধ : কৰিৰ পৰা বাঢ়ি আহে। হাতি কেৰালাৰ গুটি সৰাৰ এঠা, একত্রে বটি খাব তথা নাস। সােপাহেঙ্গাৰা ৰােগ গলত হৈ ঔষধ ৰায় বাঘিনিৰ গুটি এটি বন জাৰাৰ মুল সৰুনিল কণ্ঠৰ সিফা তিনিকো চোবাই ৰসটুকিৰ তেবে নাস। হুঙ্কি হেঙ্গাৰাৰ ঔষধ। মনিচাল আম চোলাঙ্গাৰ গুন্টি লাটাৰ সিফা বাকে ককিনা দৰে পাচিদিব কিছু খাব তেবে নাস। গল বেৰাৰ ঔষধ বৰ নিল কণ্ঠ ভাত তিতাৰ সিফা ভেকুৰিৰ সিফা বাটি খাব নাস i8A. দেবিৰ কৱচ জয় দুর্গা দেবি কৰাে নমস্কাৰ জানাৰ বচন মন্ত্র কৰিলে প্ৰচাৰ । গুহতে পৰম গুহ তিনিয়াে লােত, দেবিৰ বচন মন্ত্ৰ কৰিলা বেকত, সমস্ত ভূতৰ তুমি সে কাৰণ কাল দুৰ্গাৰ বচন মন্ত্র মহাপূৰ মহাপুণ্য তাপে নো পােড়ে, ৰমত নাহি ভয় দুর্গম বিগম ৰণ দুর্গাক ৰাক্ষয়। ইতি হৰীহৰ বিৰচিতং কবচং সমাপ্তং। 102 SANKARADEVA AS.9. postto Varagīta. Substance, country-made paper, 16 x 5 inches. Folia, 9. Lines, 9 For Private and Personal Use Only
SR No.020276
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 09
Original Sutra AuthorN/A
AuthorPrafullachandra Pal
PublisherAsiatic Society
Publication Year1952
Total Pages128
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy